২০২১-২২ বৰ্ষত ভাৰত দ্ৰুতগতিত বিকশিত অৰ্থনীতি হোৱাৰ সম্ভাৱনা: অমিত শ্বাহ

PC hindustan times

২০২১-২২ বৰ্ষত ভাৰত দ্ৰুতগতিত বিকশিত অৰ্থনীতি হোৱাৰ সম্ভাৱনা: অমিত শ্বাহ

ৰঙিলী বাৰ্ত্তাসেৱা-  কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰী অমিত শ্বাহে শুকুৰবাৰে কয় যে ২০২১-২০২২ বৰ্ষত ভাৰত বিশ্বৰ দ্ৰুততম বিকাশশীল অৰ্থনীতি হোৱাৰ সম্ভাৱনা আছে। তেওঁ লগতে কয়, “আমি প্ৰাক-কোভিড-১৯ স্তৰত উপনীত হৈছো, যদি আমি দুটা অংকৰ বিকাশ স্পৰ্শ কৰোঁ তেন্তে মই আচৰিত নহ’ম।” শ্বাহে লগতে কয় যে অৰ্থনীতিৰ ২২  টা মাপকাঠিৰ ভিতৰত ভাৰতে  ১৯ টা মাপকাঠি অতিক্ৰম কৰিছে।