অনলাইন বাৰ্ত্তাসেৱা – ২০১২ চনত লণ্ডন অলিম্পিকত ভাগ লোৱা পিংকী কৰ্মকাৰক অসম চৰকাৰে দিলে উপহাৰ। সেউজীয়া চাহ পাতৰ মাজৰ পৰা গৈ লণ্ডণত ভাৰতক প্ৰতিনিধিত্ব কৰা পিংকী আজি সুখী। ১০ বছৰীয়া অপেক্ষাৰ অন্তত চৰকাৰী চাকৰিৰ গৰাকী হ’ল বাগানৰ শ্ৰমিক পিংকী।
২০১২ চনত লণ্ডন অলিম্পিকত ভাগ লোৱা পিংকী কৰ্মকাৰক অসম চৰকাৰে দিলে উপহাৰ
