১৪.২ কিলোগ্ৰাম ঘৰুৱা এলপিজি চিলিণ্ডাৰৰ মূল্য ৫০ টকালৈ বৃদ্ধি

pc India Today

১৪.২ কিলোগ্ৰাম ঘৰুৱা এলপিজি চিলিণ্ডাৰৰ মূল্য ৫০ টকালৈ বৃদ্ধি

ৰঙিলী বাৰ্ত্তাসেৱা-  আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ ১৪.২ কিলোগ্ৰাম ঘৰুৱা এলপিজি চিলিণ্ডাৰৰ মূল্য ৫০ বৃদ্ধি কৰা হৈছে। ঘৰুৱা চিলিণ্ডাৰৰ মূল্য এতিয়া ৯৯৯.৫০ টকা হ’ব। এই মাহৰ আৰম্ভণিতে, ১৯কিলোগ্ৰাম বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য ১০২.৫০ টকালৈ বৃদ্ধি কৰা হৈছিল। এপ্ৰিলত, ১৯ কিলোগ্ৰাম বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য ২৫০ টকা বৃদ্ধি কৰা হৈছিল।