হকী মহিলা বিশ্বকাপ ২০২২ৰ প্ৰথমখন খেলত ইংলেণ্ডৰ বিৰুদ্ধে ড্ৰ ভাৰতৰ

Pc Zee News

হকী মহিলা বিশ্বকাপ ২০২২ৰ প্ৰথমখন খেলত ইংলেণ্ডৰ বিৰুদ্ধে ড্ৰ ভাৰতৰ

ৰঙিলী বাৰ্ত্তাসেৱা- এফ আই এইচ হকী মহিলা বিশ্বকাপ ২০২২ৰ প্ৰথমখন খেলতে ইংলেণ্ডৰ বিৰুদ্ধে ১-১ গ’লত ড্ৰ খেলিলে ভাৰতে। ৮ মিনিটত পেটাৰ ইছাবেলে গ’ল কৰাৰ ১৯ মিনিট পিছত কাটাৰিয়াই ইকুইলাইজাৰ কৰে।ভাৰতৰ পৰৱৰ্তী খেলখন মঙলবাৰে চীনৰ বিৰুদ্ধে আছে।