স্বাধীন – হিয়া তালুকদাৰ

PC - Vecteezy

স্বাধীন

হিয়া তালুকদাৰ, টিহু টাউন 

আমি আজি সচাকৈ
স্বাধীন নে ?
আমি আজিও যেন এটা
চাবি দিয়া পুতলা হে ।
আমাৰ দেশ স্বাধীন হ’ল ,
কিন্তুু আমি এতিয়াও স্বাধীন হ’ব পৰা নাই ।
কিয়নো এতিয়াও আমাৰ মনত হিংসা
শত্ৰুতাৰ ভাৱ অহৰহ চলি আছে,
         সেয়ে আমাৰ দেশ স্বাধীন হৈও আমিও অস্বাধীন।