সুশান্ত সিং ৰাজপুতক চাজিদ নাদিয়াদৱালাই ৬৭ তম ৰাষ্ট্ৰীয় বঁটা উৎসৰ্গা কৰে

pc SportboyE

সুশান্ত সিং ৰাজপুতক চাজিদ নাদিয়াদৱালাই ৬৭ তম ৰাষ্ট্ৰীয় বঁটা উৎসৰ্গা কৰে

ৰঙিলী বাৰ্ত্তাসেৱা- ২০১৯ চনৰ ছবি ‘ছিচোৰে’ৰ বাবে ৬৭ তম ৰাষ্ট্ৰীয় বঁটা লাভ কৰা প্ৰযোজক চাজিদ নাদিয়াদৱালাই প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতক এই বঁটা উৎসৰ্গা কৰিছে। চলচ্চিত্ৰখনে শ্ৰেষ্ঠ হিন্দী ফিচাৰ ফিল্মৰ বঁটা লাভ কৰিছিল। অনুষ্ঠানটোত ছবিখনৰ পৰিচালক নিতেশ তিৱাৰীয়ে কয়, “সুশান্ত আমাৰ চলচ্চিত্ৰখনৰ এক অবিচ্ছেদ্য অংশ। তেওঁ আমাক গৌৰৱান্বিত কৰিছিল।”