সিন্ধু, লক্ষ্যই ইণ্ডোনেছিয়া মাষ্টাৰ্ছৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ 

Pc the indain express

সিন্ধু, লক্ষ্যই ইণ্ডোনেছিয়া মাষ্টাৰ্ছৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ 

ৰঙিলী বাৰ্ত্তাসেৱা-  দুবাৰৰ অলিম্পিক পদক বিজয়ী পি ভি সিন্ধু আৰু সহযোগী ভাৰতীয় লক্ষ্য সেনে  ইণ্ডোনেছিয়া মাষ্টাৰ্ছ চুপাৰ ৭৫০ৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰে।  সিন্ধুৱে থাইলেণ্ডৰ চুপানিদা কাটেথংক মহিলাৰ ছিংগলছত ২১-১৫, ২১-১৯ ব্যৱধানত পৰাস্ত কৰে। লক্ষ্যই পুৰুষৰ ছিংগলছত বিশ্বৰ ১০ নম্বৰ কান্তা চুনেয়ামাক ২১-১৭, ১৮-২১, ২১-১৭ ব্যৱধানত পৰাস্ত কৰে। লক্ষ্যই দ্বিতীয় ৰাউণ্ডত শীৰ্ষ স্থান প্ৰাপ্ত আৰু দুবাৰৰ বিশ্ব চেম্পিয়ন কেণ্টো মোমোতাৰ মুখামুখি হ’ব।