সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডত জড়িত গেংষ্টাৰ আৰক্ষীৰ গুলীত নিহত 

Pc india Tv News

সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডত জড়িত গেংষ্টাৰ আৰক্ষীৰ গুলীত নিহত 

ৰঙিলী বাৰ্ত্তাসেৱা-  পঞ্জাৱৰ অমৃতসৰ জিলাৰ এখন গাঁৱত সংঘৰ্ষত গায়ক সিদ্ধু মুছেৱালাক হত্যাৰ সৈতে জড়িত এজন অপৰাধীক পঞ্জাৱ আৰক্ষীয়ে হত্যা কৰিছে। প্ৰতিবেদন অনুসৰি এনকাউণ্টাৰটোত তিনিজন আৰক্ষী আহত হোৱা বুলি কোৱা হৈছে। আৰক্ষীয়ে অভিযুক্ত জগৰূপ ৰূপা আৰু মান্নু কুছা গাওঁখনত উপস্থিত থকাৰ খবৰ পোৱাৰ পিছতে এনকাউণ্টাৰটো আৰম্ভ হয়।