সিংগু সীমান্তত গছত ওলমি থকা অৱস্থাত ৪৫ বছৰীয়া কৃষকৰ মৃতদেহ উদ্ধাৰ

Pc- The Financial Express

সিংগু সীমান্তত গছত ওলমি থকা অৱস্থাত ৪৫ বছৰীয়া কৃষকৰ মৃতদেহ উদ্ধাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- সিংগু সীমান্তত গছত ওলমি থকা অৱস্থাত ৪৫ বছৰীয়া কৃষকৰ মৃতদেহ উদ্ধাৰ। বুধবাৰে সিংগু সীমান্তৰ কৃষক প্ৰতিবাদস্থলীৰ এটা মলৰ ওচৰত গছত ওলমি থকা অৱস্থাত এজন ৪৫ বছৰীয়া কৃষকৰ মৃতদেহ উদ্ধাৰ হয়। আৰক্ষীয়ে কয় যে, “প্ৰাথমিক তথ্য অনুসৰি, এইটো আত্মহত্যাৰ ঘটনা যেন লাগিছে। এটা তদন্ত আৰম্ভ কৰা হৈছে।” মৃত ব্যক্তি জনক পঞ্জাৱৰ ফতেহগড় চাহিব জিলাৰ ৰুৰকী গাঁৱৰ গুৰপ্ৰীত সিং বুলি চিনাক্ত কৰা হৈছে।