সামৰিক চিকিৎসালয় আৰু সেনানিবাসত আয়ুৰ্বেদ কেন্দ্ৰ স্থাপন কৰিবলৈ সন্মত চৰকাৰ

PC -Udayavani

সামৰিক চিকিৎসালয় আৰু সেনানিবাসত আয়ুৰ্বেদ কেন্দ্ৰ স্থাপন কৰিবলৈ সন্মত চৰকাৰ

ৰঙিলী  বাৰ্ত্তাসেৱা-  প্ৰতিৰক্ষা আৰু আয়ুষ মন্ত্ৰালয়ে সমগ্ৰ দেশৰ ১২ খন সামৰিক চিকিৎসালয় আৰু ৩৭ টা সেনানিবাসত আয়ুৰ্বেদ কেন্দ্ৰ স্থাপন কৰিবলৈ সন্মত হৈছে। কেন্দ্ৰসমূহ আগ্ৰা, ডালহৌচি, ঝান্সি, জম্মু, জলন্ধৰ আৰু দিল্লীত স্থাপন কৰা হ’ব। গুজৰাটৰ গান্ধীনগৰত অনুষ্ঠিত গোলকীয় আয়ুষ বিনিয়োগ আৰু উদ্ভাৱন সন্মিলনৰ সময়ত এই বুজাবুজি চুক্তিস্বাক্ষৰিত হয়, য’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰে।