সম্মিলিত যূৱ সমাজ জুটুলিবাৰীৰ উদ্যোগত হৰিনাম প্ৰসঙ্গ ভাগৱত পাঠ, ব্যাখ্যা দিহা নাম প্ৰতিযোগিতা নৃত্য গীত আৰু ভাওনা প্ৰদৰ্শনৰ বিশাল অনুষ্ঠান আয়োজন

সম্মিলিত যূৱ সমাজ জুটুলিবাৰীৰ উদ্যোগত হৰিনাম প্ৰসঙ্গ ভাগৱত পাঠ, ব্যাখ্যা দিহা নাম প্ৰতিযোগিতা নৃত্য গীত আৰু ভাওনা প্ৰদৰ্শনৰ বিশাল অনুষ্ঠান আয়োজন 

ৰঙিলী বাৰ্ত্তাসেৱা– সম্মিলিত যূৱ সমাজ জুটুলিবাৰীৰ উদ্যোগত আৰু বৃহত্তৰ অঞ্চলৰ ভক্ত প্ৰাণ ৰাইজৰ সহযোগত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে হৰিনাম প্ৰসঙ্গ ভাগৱত পাঠ ও ব্যাখ্যা দিহা নাম প্ৰতিযোগিতা নৃত্য গীত আৰু ভাওনা প্ৰদৰ্শনৰ বিশাল অনুষ্ঠান আয়োজন কৰে। উক্ত সম্নিলিত যুৱ সমাজৰ দ্বায়িত্ত্বত থকা মূখ্য উপদেষ্টা। ভূবন গগৈ (বাবু) পোৱাল ডেকা আৰু সভাপতি গণেশ গগৈ সম্পাদক শোভন দোৱৰা কোষাধক্ষ ৰাতুল গগৈ আৰু সমূহ ৰাইজ একত্ৰিত হৈ ৰাইজৰ সহযোগত অহা আহিন মাহৰ 25.26.27. তাৰিখে আয়োজন কৰে ভক্তিপ্ৰাণ ৰাইজক আহ্বান জনায় ।