সদৌ অসম কৰ্মচাৰী পৰিষদৰ ৩৭ তম বাৰ্ষিক সন্মিলনৰ বাবে ২৬ আৰু ২৭ আগষ্টত কৰ্মচাৰী/প্ৰতিনিধিলৈ বিশেষ নৈমিত্তিক ছুটী

Pc Wikipedia

সদৌ অসম কৰ্মচাৰী পৰিষদৰ ৩৭ তম বাৰ্ষিক সন্মিলনৰ বাবে ২৬ আৰু ২৭ আগষ্টত কৰ্মচাৰী/প্ৰতিনিধিলৈ বিশেষ নৈমিত্তিক ছুটী

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্য চৰকাৰে এক অধিসূচনাযোগে সদৌ অসম কৰ্মচাৰী পৰিষদৰ ৩৭ তম বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব বিচৰা ৰাজ্য চৰকাৰৰ কৰ্মচাৰী/প্ৰতিনিধিসকলৰ বাবে অহা ২৬ আৰু ২৭ আগষ্ট, ২০২২-ত বিশেষ নৈমিত্তিক ছুটীৰ অনুমোদন কৰিছে৷ উল্লেখযোগ্য যে এই সন্মিলনখন ২৭ আৰু ২৮ আগষ্টত শিলচৰত অনুষ্ঠিত হ’ব৷