সকলো সাম্ভাব্য সাহায্য সামগ্ৰী যোগান ধৰিবলৈ সাজু: প্ৰধানমন্ত্ৰী মোদী

সকলো সাম্ভাব্য সাহায্য সামগ্ৰী যোগান ধৰিবলৈ সাজু: প্ৰধানমন্ত্ৰী মোদী

ৰঙিলী বাৰ্ত্তাসেৱা- আফগানিস্তানত ভূমিকম্পত কমেও ১,০০০ লোকৰ মৃত্যু হোৱাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰে। তেওঁ টুইট যোগে কয়, “আজি আফগানিস্তানত হোৱা বিধ্বংসী ভূমিকম্পৰ বাতৰিত গভীৰ শোক প্ৰকাশ কৰি ভাৰতে তেওঁলোকৰ কঠিন সময়ত আফগানিস্তানৰ জনসাধাৰণৰ কাষত থিয় দিছে আৰু অতি সোনকালে সকলো সম্ভৱ দুৰ্যোগ সাহায্য সামগ্ৰী প্ৰদান কৰিবলৈ সাজু হৈছে।”