শ্ৰীলংকাই চীন, ভাৰত আৰু জাপানক দাতা সন্মিলনলৈ আমন্ত্ৰণ জনোৱাৰ পৰিকল্পনা কৰিছে: প্ৰধানমন্ত্ৰী

Pc PK News

শ্ৰীলংকাই চীন, ভাৰত আৰু জাপানক দাতা সন্মিলনলৈ আমন্ত্ৰণ জনোৱাৰ পৰিকল্পনা কৰিছে: প্ৰধানমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা-  দেশখনৰ প্ৰধানমন্ত্ৰী ৰনিল বিক্ৰম সিংহে মতে শ্ৰীলংকাৰ অৰ্থনৈতিক সংকটৰ “সমাধান বিচাৰি” চীন, ভাৰত আৰু জাপানক এক দাতা সন্মিলনলৈ আমন্ত্ৰণ জনোৱাৰ পৰিকল্পনা কৰিছে। তেওঁ কয়, “আমাক ভাৰত, জাপান আৰু চীনৰ সমৰ্থনৰ প্ৰয়োজন যি ঐতিহাসিক মিত্ৰদেশ হৈ আহিছে।” “আমি আমেৰিকাৰ পৰাও সহায় বিচাৰিম,” তেওঁ লগতে কয়।