শ্বাহৰুখ খানে পৰৱৰ্তী চলচ্চিত্ৰ ‘এটলী’ত দ্বৈত চৰিত্ৰত অভিনয় কৰিব

Pc- India. COM

শ্বাহৰুখ খানে পৰৱৰ্তী চলচ্চিত্ৰ ‘এটলী’ত দ্বৈত চৰিত্ৰত অভিনয় কৰিব

অনলাইন বাৰ্ত্তাসেৱা- প্ৰতিবেদন অনুসৰি বলীউডৰ অভিনেতা শ্বাহৰুখ খানে তেওঁৰ পৰৱৰ্তী চলচ্চিত্ৰ ‘এটলী’ত দ্বৈত চৰিত্ৰত অভিনয় কৰিব। প্ৰতিবেদনত কোৱা হৈছে যে অভিনেতাজনে পিতৃ আৰু পুত্ৰ দুয়োৰে চৰিত্ৰ ত অভিনয় কৰিব। চলচ্চিত্ৰখনৰ কাহিনী ‘মানি হেইষ্ট’ৰ ভাৰতীয় সংস্কৰণৰ দৰে ডিজাইন কৰা হৈছে য’ত শ্বাহৰুখে ছোৱালীৰ এটা দলৰ নেতৃত্ব দিয়া অধ্যাপকৰ চৰিত্ৰত অভিনয় কৰিছে।