লাডাখৰ উচ্চ এলেকাৰ পৰা ইজৰাইলী নাগৰিকক উদ্ধাৰ কৰিলে ভাৰতীয় সেনাই

Pc free press journal

লাডাখৰ উচ্চ এলেকাৰ পৰা ইজৰাইলী নাগৰিকক উদ্ধাৰ কৰিলে ভাৰতীয় সেনাই

ৰঙিলী বাৰ্ত্তাসেৱা–  ভাৰতীয় সেনাই লাডাখৰ নিমালিং কেম্প এলেকাত এজন ইজৰাইলী নাগৰিকক উদ্ধাৰ কৰে বুলি প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। উচ্চ উচ্চতাৰ অসুস্থতাত ভুগি থকা আতাৰ কাহানাৰ বিষয়ে সেনাই এটা ফোন লাভ কৰিছিল। বিবৃতিটোত আৰু কোৱা হৈছে যে ২০ মিনিটৰ ভিতৰতে উদ্ধাৰকাৰী দলটোৱে সেই স্থানত উপস্থিত হৈ ১৬,৮০০ ফুট উচ্চতাৰ পৰা তেওঁক উদ্ধাৰ কৰে।