য়েমেনৰ হুথি বিদ্ৰোহীসকলৰ পৰা সুৰক্ষিতভাৱে ভাৰতলৈ ঘূৰাই অনাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন ভাৰতীয় সাতজন নাবিকৰ

pc Free press journal

য়েমেনৰ হুথি বিদ্ৰোহীসকলৰ পৰা সুৰক্ষিতভাৱে ভাৰতলৈ ঘূৰাই অনাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন ভাৰতীয় সাতজন নাবিকৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  শেহতীয়াকৈ য়েমেনৰ হুথি বিদ্ৰোহীসকলে মুকলি কৰা সাতজন ভাৰতীয় নাবিকে তেওঁলোকক সুৰক্ষিতভাৱে ভাৰতলৈ ঘূৰাই অনাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে। “ভাৰত চৰকাৰ, আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰতীয় দূতাবাসে কঠিন আলোচনাৰ পিছত আমাক উদ্ধাৰ কৰে। আমি তেওঁলোকক অন্তৰৰ পৰা ধন্যবাদ জনাইছো,” উদ্ধাৰ কৰা এজন নাবিকে কয়।