মোৰ দেউতাৰ আশা ভাঙি যোৱাটো নিবিচাৰে: ‘বব বিশ্বাস’ৰ ওপৰত অভিষেক

Pc hindustan times

মোৰ দেউতাৰ আশা ভাঙি যোৱাটো নিবিচাৰে: ‘বব বিশ্বাস’ৰ ওপৰত অভিষেক

ৰঙিলী বাৰ্ত্তাসেৱা- অভিনেতা অভিষেক বচ্চনে কয়  যে তেওঁ বিচাৰে যে তেওঁৰ আহিবলগীয়া ছবি ‘বব বিশ্বাস’ আৰু অধিক ভাল হওঁক।কিয়নো তেওঁৰ দেউতাক অভিনেতা অমিতাভ বচ্চনে ছবিখনৰ ওপৰত বহুত আশা কৰিছে। অভিষেকে লগতে কয়, “মই এতিয়া ভয় খাই আছো।কাৰণ তেওঁ বহুত আশা কৰি আছে।তেওঁৰ আশাবোৰ ধ্বংস হোৱাটো নিবিচাৰো।” বব ‘বিশ্বাস’ৰ ট্ৰেইলাৰ চোৱাৰ পিছত অমিতাভে কৈছিল যে অভিষেকক তেওঁৰ পুত্ৰ বুলি ক’বলৈ পাই তেওঁ গৌৰৱান্বিত।