মেড ইন ইণ্ডিয়া প্ৰতিৰক্ষা ব্যৱস্থা F-INSAS ভাৰতীয় সেনাৰ হাতত অৰ্পণ

Pc Hindustan Times

মেড ইন ইণ্ডিয়া প্ৰতিৰক্ষা ব্যৱস্থা F-INSAS ভাৰতীয় সেনাৰ হাতত অৰ্পণ

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ফিউচাৰ ইনফেণ্ট্ৰী ছ’লজাৰ এজ এ চিষ্টেম (এফ-আইএনএছএএছ) ভাৰতীয় সেনাক হস্তান্তৰ কৰে। ৩০০ মিটাৰ পৰিসৰৰ সৈতে এই অস্ত্ৰ ব্যৱস্থাটো হৈছে  ২১ শৃংখলাৰ প্ৰথম আৰু একমাত্ৰ মেড ইন ইণ্ডিয়া অস্ত্ৰ। এফ-ইনছাছৰ সৈনিকসকলক কিলাকুটি আৰু আঁঠুৰ পেড, বেলিষ্টিক হেলমেট, গগলচ, বুলেটপ্ৰুফ জেকেট, আৰু নাইট ভিজন ডিভাইচ প্ৰদান কৰা হয়।