মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা উদ্যোগপতি ৰতন টাটালৈ অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘অসম বৈভৱ বঁটা’

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা উদ্যোগপতি ৰতন টাটালৈ অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘অসম বৈভৱ বঁটা’

ৰহিলী বাৰ্ত্তাসেৱা-  উদ্যোগপতি-সমাজকৰ্মী, টাটা ট্ৰাষ্টৰ মুৰব্বী ৰতন টাটালৈ অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান।অসম বৈভৱ বঁটা হ’ল ৰাজ্যৰ সৰ্বোচ্ছ অসামৰিক সন্মান।চ্যুকাফা দিৱসৰ দিনাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা।নতুন দিল্লীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে এই বঁটা।এইবাৰ অসম বৈভৱ বঁটা আগবঢ়োৱা হৈছে উদ্যোগপতি ৰতন টাটালৈ।