মাল্টি-মডেল সংযোগৰ বাবে ১০০ লাখ কোটি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন মুকলি প্ৰধানমন্ত্ৰী মোদীৰ

Pc- Kashmir Observer

মাল্টি-মডেল সংযোগৰ বাবে ১০০ লাখ কোটি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন মুকলি প্ৰধানমন্ত্ৰী মোদীৰ

ৰঙিলী বাৰ্ত্তাসেৱা-   প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে  দিল্লীৰ অৰ্থনৈতিক ক্ষেত্ৰসমূহলৈ বহুমুখী সংযোগৰ বাবে প্ৰধানমন্ত্ৰী গীতিশক্তি – ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন আনুষ্ঠানিকভাৱে মুকলি কৰে। গাতিশক্তি হৈছে এক ডিজিটেল মঞ্চ যিয়ে ১৬ টা কেন্দ্ৰীয় মন্ত্ৰালয় আৰু বিভাগৰ দ্বাৰা পৰিকল্পিত আৰু আৰম্ভ কৰা আন্তঃগাঁথনিমূলক পদক্ষেপসমূহ একত্ৰিত কৰিব। প্ৰধানমন্ত্ৰীয়ে প্ৰথমে ভাৰতৰ ৭৫ তম স্বাধীনতা দিৱসত ১০০ লাখ কোটিতকৈও অধিক মূল্যৰ আঁচনিখন ঘোষণা কৰিছিল।