মাজুলীটো শিক্ষকৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী

মাজুলীটো শিক্ষকৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী

বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা-   বিনাচৰ্তে  বেতন সুৰক্ষাসহ নিয়মীয়াকৰণ আৰু নিয়মীয়াকৰণৰ বিকল্প ব্যৱস্থা প্ৰত্যাহাৰৰ দাবীত ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে সদৌ অসম টেট উৰ্ত্তীণ শিক্ষক সমাজ মাজুলী জিলা সমিতিৰ উদ্যোগত মাজুলী কমলাবাৰীস্থিত মাজুলী জিলা খণ্ড মিছন সমন্বয়কৰ কাৰ্যালয়ৰ সন্মুখত আজি  ৪ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।