মহিলা হকী বিশ্বকাপত চীনৰ বিৰুদ্ধে ১-১ গ’লত ড্ৰ ভাৰতৰ

Pc India.com

মহিলা হকী বিশ্বকাপত চীনৰ বিৰুদ্ধে ১-১ গ’লত ড্ৰ ভাৰতৰ

ৰঙিলী বাৰ্ত্তাসেৱা-   ভাৰতে চীনৰ বিৰুদ্ধে মহিলা হকী বিশ্বকাপ ২০২২ত তেওঁলোকৰ দ্বিতীয়খন খেল ১-১ গ’লত খেলখন সমাপ্ত কৰে। জিয়ালি ঝেঙে ২৬ মিনিটত চীনৰ হৈ গ’ল কৰি চীনক অগ্ৰগতি প্ৰদান কৰে। ভাৰতৰ বন্দনা কাটাৰিয়াই ৪৫ মিনিটত পেনাল্টি কৰ্ণাৰেৰে গ’ল কৰি খেলখন ড্ৰত সমাপ্ত কৰে।পুল বি পইণ্ট তালিকাত ভাৰত বৰ্তমান দ্বিতীয় স্থানত আছে।