মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ভাৰতৰ নিখাত জাৰীনৰ সোণৰ পদক অৰ্জন

মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ভাৰতৰ নিখাত জাৰীনৰ সোণৰ পদক অৰ্জন

ৰঙিলী বাৰ্ত্তাসেৱা- মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপ ২০২২ত ভাৰতৰ ২৫ বছৰীয়া বক্সাৰ নিখাত জৰীনে ৫২ কেজি শাখাত সোণৰ পদক লাভ কৰে। মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ইতিহাসত এতিয়া ভাৰতে মুঠ ১০টা সোণৰ পদক লাভ কৰিছে, ইয়াৰে ৬টা স্বৰ্ণ পদক দখল কৰিছে মেৰী কমে।