মহিলা প্ৰ’হকী লীগত আৰ্জেণ্টিনাক ২-১ গ’লত পৰাস্ত ভাৰতৰ

Pc Hindustan Times

মহিলা প্ৰ’হকী লীগত আৰ্জেণ্টিনাক ২-১ গ’লত পৰাস্ত ভাৰতৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  এফ আই এইচ মহিলা প্ৰ’লীগ টাইৰ প্ৰথমখন খেলত ভাৰতে আৰ্জেণ্টিনাক ২-১ গ’লত পৰাস্ত কৰে।৫১ মিনিটত গুৰজিৎ কৌৰৰ পেনাল্টি কৰ্ণাৰ জৰিয়তে ভাৰতে খেলখনৰ নিয়মীয়া সময়ত ৩-৩ ত সমাপ্ত কৰে। পেনাল্টি শ্বুটআউটত ভাৰতে নেহা আৰু চোনিকাৰ গ’লৰ জৰিয়তে আৰ্জেণ্টিনাক ২-১ গ’লত পৰাস্ত কৰে।