মহিলাৰ ডাবলছত পৰাজয়ৰ পিছত ছানিয়া মিৰ্জা ফ্ৰেঞ্চ অপেনৰ পৰা বাহিৰ

pc NDTV.com

মহিলাৰ ডাবলছত পৰাজয়ৰ পিছত ছানিয়া মিৰ্জা ফ্ৰেঞ্চ অপেনৰ পৰা বাহিৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  মহিলাৰ ডাবলছৰ তৃতীয় ৰাউণ্ডত পৰাজয়ৰ সন্মুখীন হোৱাৰ পিছত ভাৰতৰ ছানিয়া মিৰ্জা চলিত ফ্ৰেঞ্চ অপেনৰ পৰা বাহিৰ। ছানিয়া আৰু তেওঁৰ সংগী লুচি হৰাডেকা আমেৰিকান যুটি কোকো গাফ আৰু জেছিকা পেগুলাৰ হাতত ৪-৬ ৩-৬ ৰ স্ক’ৰলাইনৰ সৈতে পৰাজিত হয়। ইয়াৰ আগতে, ছানিয়াই তেওঁৰ মিক্সড ডাবলছ মেচখনতো পৰাজিত হৈছিল।