মহাৰাষ্ট্ৰ বিধানসভাৰ বিশেষ অধিৱেশন পিছুৱাই দিয়া হৈছেঃ বিধান সভাৰ প্ৰধান সচিব 

মহাৰাষ্ট্ৰ বিধানসভাৰ বিশেষ অধিৱেশন পিছুৱাই দিয়া হৈছেঃ বিধান সভাৰ প্ৰধান সচিব 

ৰঙিলী বাৰ্ত্তাসেৱা-   মহাৰাষ্ট্ৰ বিধানসভাত কোনো আস্থা ভোট কৰা নহ’ব কিয়নো উদ্ধৱ থাকৰেয়ে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পিছত নিৰ্ধাৰিত বিশেষ অধিৱেশন পিছুৱাই দিয়া হৈছে৷ “মহাৰাষ্ট্ৰ বিধান ভৱনে বিজ্ঞপ্তি জাৰি কৰিছে, এতিয়া বিশেষ অধিৱেশনৰ কোনো প্ৰয়োজন নাই৷ বিশেষ অধিৱেশন পিছুৱাই দিয়া হৈছে,” মহাৰাষ্ট্ৰ বিধান সভাৰ প্ৰধান সচিব ৰাজেন্দ্ৰ ভাগৱতে কয়।