মহাৰাষ্ট্ৰৰ কেবিনেট সম্প্ৰসাৰণত মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে ১৮ জন বিধায়কে

Pc NDTV.com

মহাৰাষ্ট্ৰৰ কেবিনেট সম্প্ৰসাৰণত মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে ১৮ জন বিধায়কে

ৰঙিলী বাৰ্ত্তাসেৱা-  মহাৰাষ্ট্ৰত ১৮ জন বিধায়কে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। তেওঁলোকৰ ভিতৰত আছিল চন্দ্ৰকান্ত পাটিল, ৰাধাকৃষ্ণ ভিখে পাটিল, সুধীৰ মুঙ্গন্তিৱাৰ, সুৰেশ খাদে, গিৰীশ মহাজন, ৰবীন্দ্ৰ চাভান, মঙ্গল প্ৰভাত লোধা, বিজয়কুমাৰ গাভিট, অতুল চেভ, দাদা ভুচে, শম্ভুৰাজ দেশাই, সন্দিপন ভূমাৰে, উদয় সামন্ত, তানাজী সাৱন্ত, আব্দুল সাততাৰ, দীপক গুৰাওদৰাও, দীপক গুৰাও।