মন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰে কৃষক আন্দোলন সমাপ্ত কৰিবলৈ আহ্বান জনাই

pc twitter

কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰে কৃষক সংঘসমূহক তেওঁলোকৰ আন্দোলন সমাপ্ত কৰিবলৈ আহ্বান জনাইছে। তেখতে এটা টুইটত কয়, “ভাৰত চৰকাৰেও আইনৰ যিকোনো ব্যৱস্থাৰ বিষয়ে আলোচনা কৰিবলৈ আৰু ইয়াৰ সমাধান কৰিবলৈ সাজু।” তেওঁ লগতে কয় যে কৃষি সংস্কাৰ বিধেয়কে কৃষকসকলৰ জীৱন ধাৰণৰ মানদণ্ড সলনি কৰিব।