ভাৰত, নেপালৰ মাজত মুকলি সীমাৰ অপব্যৱহাৰ কৰা উচিত নহয়: প্ৰধানমন্ত্ৰী মোদী

pc hindustanTimes

ভাৰত, নেপালৰ মাজত মুকলি সীমাৰ অপব্যৱহাৰ কৰা উচিত নহয়: প্ৰধানমন্ত্ৰী মোদী

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰত আৰু নেপালৰ মাজত মুকলি সীমাৰ অপব্যৱহাৰ কৰা উচিত নহয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীত এক অনুষ্ঠানত কয়। ভাৰত ভ্ৰমণলৈ অহা নেপালৰ প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবাও অনুষ্ঠানটোত উপস্থিত আছিল। প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়, “আমি আমাৰ প্ৰতিৰক্ষা আৰু নিৰাপত্তা সংস্থাসমূহৰ মাজত ঘনিষ্ঠ সহযোগিতা বজাই ৰখাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছো।”