ভাৰতৰ সামৰিক ব্যয় বিশ্বৰ তৃতীয় সৰ্বাধিক ৭৬.৬ বিলিয়ন ডলাৰ

pc india today

ভাৰতৰ সামৰিক ব্যয় বিশ্বৰ তৃতীয় সৰ্বাধিক ৭৬.৬ বিলিয়ন ডলাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ষ্টকহম আন্তৰ্জাতিক শান্তি গৱেষণা প্ৰতিষ্ঠানৰ (এছআইপিআৰআই) মতে ২০২১ চনত ভাৰতৰ সামৰিক ব্যয় বিশ্বৰ ভিতৰত তৃতীয় সৰ্বাধিক আছিল ৭৬.৬ বিলিয়ন ডলাৰ। ২০২১ চনত পাঁচটা সৰ্ববৃহৎ ব্যয়কাৰী আছিল আমেৰিকা যুক্তৰাজ্য, চীন, ভাৰত, যুক্তৰাজ্য আৰু ৰাছিয়া। ২০২১ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক ব্যয় ৮০১ বিলিয়ন ডলাৰত উপনীত হৈছিল, আনহাতে চীনে প্ৰতিৰক্ষাৰ বাবে ২৯৩ বিলিয়ন ডলাৰ ব্যয় কৰিছিল।