ভাৰতৰ চতুৰ্দশ উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে জগদীপ ধনখৰে 

Pc Hindustan Times

Pc Hindustan Times

ৰঙিলী বাৰ্ত্তাসেৱা-  পশ্চিম বংগৰ প্ৰাক্তন ৰাজ্যপাল জগদীপ ধনখৰে দেশৰ চতুৰ্দশ উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে। ৰাষ্ট্ৰপতি ভৱনত ধনখৰক শপতনামা প্ৰদান কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত ১৮২টা ভোট লাভ কৰা বিৰোধী দলৰ প্ৰাৰ্থী মাৰ্গাৰেট আলভাক পৰাস্ত কৰি ধনখৰে ৫২৮টা ভোট লাভ কৰিছিল