ভাৰতৰ কৰ্ণাটকত ওমাইক্ৰন কোভিড-১৯ প্ৰকাৰত ২জন ব্যক্তি আক্ৰান্ত

Pc Hindustan Times

ভাৰতৰ কৰ্ণাটকত ওমাইক্ৰন কোভিড-১৯ প্ৰকাৰত ২জন ব্যক্তি আক্ৰান্ত

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতৰ কৰ্ণাটকৰ পৰা ওমাইক্ৰন কোভিড-১৪ প্ৰকাৰৰ দুটা ঘটনা পোৱা গৈছে, ৰোগীসকল হৈছে ৬৬ আৰু ৪৬ বছৰ বয়সৰ দুজন পুৰুষ। দক্ষিণ আফ্ৰিকা, আমেৰিকা যুক্তৰাজ্য, অষ্ট্ৰেলিয়া, অষ্ট্ৰিয়া, বেলজিয়াম, বটচৱানা, কানাডা, জাৰ্মানী, হংকং, ইজৰাইল, ইউকে আৰু আন কেইবাখনো দেশত এই প্ৰকাৰৰ ঘটনা পোৱা গৈছে। বিশ্ব স্বাস্থ্য সংস্থাই কৈছে যে ওমাইক্ৰনে এটা “অতি উচ্চ বিপদাশংকা” সৃষ্টি কৰিছে যাৰ “গুৰুতৰ পৰিণাম” হ’ব পাৰে।