ভাৰতৰ কোভিড-১৯ সংক্ৰৰমণ হ্ৰাস হোৱাৰ হাৰ বৰ্তমান ৯৭.৬৫%
অনলাইন বাৰ্ত্তাসেৱা – ভাৰতৰ কোভিড-১৯ সংক্ৰমণ হ্ৰাসৰ হাৰ হৈছে ৯৭.৬৫%। ইয়াৰ বিপৰীতে, দেশখনত ৩৫,৬৬২ টা নতুন সংক্ৰমণৰ ঘটনা নথিভুক্ত কৰা হৈছে বুলি প্ৰকাশ কৰে দেশখনৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে। শেহতীয়া তথ্য অনুসৰি, এতিয়ালৈকে ৩,২৬,৩২,২২২ জন লোক আৰোগ্য হৈছে। ভাৰতৰ সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ৩,৪০,৬৩৯ আৰু মৃত্যুৰ সংখ্যা ৪,৪৪,৫২৯ লৈ বৃদ্ধি পাইছে।
(UD.)