ভাৰতৰ কোভিড প্রতিষেধক প্রদান অভিযানত বিশেষ সফলতা লাভ

pc RAND Corporation

ভাৰতৰ কোভিড প্রতিষেধক প্রদান অভিযানত বিশেষ সফলতা লাভ

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতে ৰাষ্ট্ৰজোৰা কোভিড প্রতিষেধক প্রদান অভিযানত বিশেষ সফলতা লাভ কৰিছে। এই অভিযানৰ অধীনত বৰ্তমানলৈকে দেশত কোভিড প্রতিষেধকৰ ৯৭ কোটিতকৈ অধিক পালি প্ৰদান কৰা হৈছে। স্বাস্থ্য মন্ত্র্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি কালি সন্ধিয়া ৭ বজা পর্যন্ত ২৭ লাখৰো অধিক পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে।