ভাৰতে শ্ৰীলংকাক অৰ্থনৈতিক পুনৰুদ্ধাৰত সহায় কৰিব: চেন্নাইত প্ৰধানমন্ত্ৰী মোডী

pc the hindu

ভাৰতে শ্ৰীলংকাক অৰ্থনৈতিক পুনৰুদ্ধাৰত সহায় কৰিব: চেন্নাইত প্ৰধানমন্ত্ৰী মোডী

ৰঙিলী বাৰ্ত্তাসেৱা- চেন্নাই ভ্ৰমণকালত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আশ্বাস দিয়ে যে ভাৰতে শ্ৰীলংকাৰ গণতন্ত্ৰ, স্থিৰতা আৰু অৰ্থনৈতিক পুনৰুদ্ধাৰক সমৰ্থন কৰিব। “ভাৰতে শ্ৰীলংকাক সকলো সম্ভৱ সমৰ্থন আগবঢ়াইছে। ইয়াৰ ভিতৰত আছে বিত্তীয় সমৰ্থন, ইন্ধন, খাদ্য, ঔষধ আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী,” তেওঁ কয়। তেওঁ উল্লেখ কৰে যে বহুতো ভাৰতীয় সংগঠন আৰু ব্যক্তিয়ে শ্ৰীলংকাৰ জনসাধাৰণলৈ সহায় প্ৰেৰণ কৰিছে।