ভাৰতে বিশ্বাস কৰে যে  ৰাছিয়া-ইউক্ৰেইন যুদ্ধত কোনেও  বিজয় নহ’ব: জাৰ্মানীত প্ৰধানমন্ত্ৰী মোদী

pc deccan herald

ভাৰতে বিশ্বাস কৰে যে  ৰাছিয়া-ইউক্ৰেইন যুদ্ধত কোনেও  বিজয় নহ’ব: জাৰ্মানীত প্ৰধানমন্ত্ৰী মোদী

ৰঙিলী বাৰ্ত্তাসেৱা –  ভাৰতে বিশ্বাস কৰে যে চলিত ৰাছিয়া-ইউক্ৰেইন যুদ্ধত কোনেও বিজয় নহ’ব, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  জাৰ্মানীত কয়। তেওঁ লগতে কয়   যে ইউক্ৰেইন সংকট সমাধানৰ একমাত্ৰ উপায় হৈছে শান্তি আলোচনা । প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “শেহতীয়া ভূ-ৰাজনৈতিক ঘটনাই দেখুৱাইছে যে বিশ্ব শান্তি আৰু স্থিৰতা সংকটজনক অৱস্থাত আছে আৰু সকলো দেশ কেনেদৰে আন্তঃসংযোগযুক্ত সেয়া দেখুৱাইছে।”