ভাৰতীয় বায়ু সেনাৰ অগ্নিপথ আঁচনিৰ অধীনত ৭.৫ লাখ আবেদন লাভ 

Pc Tribune India

ভাৰতীয় বায়ু সেনাৰ অগ্নিপথ আঁচনিৰ অধীনত ৭.৫ লাখ আবেদন লাভ 

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতীয় বায়ু সেনাই কৈছিল যে তেওঁলোকে অগ্নিপথ আঁচনিৰ অধীনত নিযুক্তিৰ বাবে প্ৰায় ৭.৫ লাখ আবেদন লাভ কৰিছে। ২৪ জুনৰ পৰা আৰম্ভ হোৱা পঞ্জীয়নসমূহ মঙলবাৰে বন্ধ কৰা হৈছিল। ” পূৰ্বৰ যিকোনো নিযুক্তি চক্ৰত সৰ্বাধিক ৬,৩১,৫২৮ খন আৱেদনৰ তুলনাত, এইবাৰ ৭,৪৯,৮৯৯ খন আবেদন লাভ হৈছে,” আইএএফে কয়।