ভাৰতীয়-আমেৰিকান ড০ আৰাতি প্ৰভাকৰক শীৰ্ষ বিজ্ঞান উপদেষ্টা হিচাপে মনোনীত বাইডেনৰ 

Pc NDTV.com

ভাৰতীয়-আমেৰিকান ড০ আৰাতি প্ৰভাকৰক শীৰ্ষ বিজ্ঞান উপদেষ্টা হিচাপে মনোনীত বাইডেনৰ 

ৰঙিলী বাৰ্ত্তাসেৱা-  আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনে ভাৰতীয়-আমেৰিকান বিজ্ঞানী ড০ আৰাতি প্ৰভাকৰক বিজ্ঞান আৰু প্ৰযুক্তি নীতি কাৰ্যালয়ৰ (ওএছটিপি) সঞ্চালক হিচাপে মনোনীত কৰিছে।বিজ্ঞান আৰু প্ৰযুক্তিৰ বাবে বাইডেনৰ মুখ্য উপদেষ্টা, বিজ্ঞান আৰু প্ৰযুক্তিৰ ওপৰত ৰাষ্ট্ৰপতিৰ উপদেষ্টা পৰিষদৰ সহ-সভাপতি আৰু ৰাষ্ট্ৰপতিৰ কেবিনেটৰ সদস্য হ’ব। যদি চিনেটে নিশ্চিত কৰে, তেন্তে ড০ প্ৰভাকৰ ওএছটিপিৰ নেতৃত্ব দিয়া প্ৰথম মহিলা হ’ব।