ভাৰতত ৯১৩ জনলোক নতুনকৈ কৰ’নাত আক্ৰান্ত

pc UNEP

ভাৰতত ৯১৩ জনলোক নতুনকৈ কৰ’নাত আক্ৰান্ত

ৰঙিলী বাৰ্ত্তাসেৱা-  স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ৯১৩ জনলোক নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে।আৰু যোৱা ২৪ ঘণ্টাত ১৩ জনলোকৰ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে। ১,৩১৬জন লোক যোৱা ২৪ ঘণ্টাত কৰ’না সংক্ৰমণৰ পৰা সুস্থ হৈ উঠিছে।ভাৰতৰ সক্ৰিয় ঘটনা ১২,৫৯৭ লৈ হ্ৰাস পাইছে।আনহাতে মৃত্যুৰ সংখ্যা ৫,২১,৩৫৮ত বৃদ্ধি হৈছে।