ভাৰতত ৩,৯৯৩ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত

pc. Health Europa

ভাৰতত ৩,৯৯৩ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত

ৰঙিলী বাৰ্ত্তাসেৱা-  স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতে যোৱা ২৪ ঘণ্টাত নতুনকৈ ৩,৯৯৩জন লোক কৰ’নাত আক্ৰান্ত হৈছে। আৰু যোৱা ২৪ঘণ্টাত ১০৮ জন লোকৰ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে। নতুনকৈ মৃত্যু হোৱা লোকৰ ৫৯ জন লোক কেৰালাৰ। ভাৰতত কৰ’নাত আক্ৰান্ত হৈ মুঠ ৫,১৫,২১০ জন লোকৰ মৃত্যু হৈছে। আনহাতে সক্ৰিয় ঘটনাবোৰ ৪৯,৯৪৮ লৈ হ্ৰাস পাইছে।