ভাৰতত ৩৪ হেজাৰ লোক পুনৰ কৰʼনাত সংক্ৰমিত

pc Twitter

ভাৰতত ৩৪হেজাৰ লোক পুনৰ কৰʼনাত সংক্ৰমিত

অনলাইন বাৰ্ত্তাসেৱা- ভাৰতত নতুনকৈ ৩৪,৪০৩ জন লোক কৰʼনাত সংক্ৰমিত হৈছে। স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰতত বৰ্তমান ৩,৩৯,০৫৬টা সক্ৰিয় ঘটনা আছে। ভাৰতত নতুনকৈ ৩২০ জন লোকৰ মৃত্যু হৈছে। কʼৰনাৰ ফলত ভাৰতত মুঠ ৪,৪৪,২৪৮ জন লোকৰ মৃত্যু হৈছে। কৰʼনা সংক্ৰমণৰ পৰা মুঠ ৩,২৫,৯৮,৪২৪ জন লোক সুস্থ হৈ উঠিছে। এতিয়ালৈ দেশত ৫৪.৯২ কোটি কোভিড পৰীক্ষা সম্পন্ন কৰা হৈছে।

(RT.)