ভাৰতত ১৮,৮১৫ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত  

Pc Geekwire

ভাৰতত ১৮,৮১৫ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত  

ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ১৮,৮১৫ জনলোক কৰ’নাত নতুনকৈ আক্ৰান্ত হৈছে। আৰু যোৱা ২৪ ঘণ্টাত কৰ’নাত আক্ৰান্ত হৈ ৩৮ জন লোকৰ মৃত্যু হৈছে । আনহাতে কৰ’নাত আক্ৰান্ত হৈ ভাৰতত মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা ৫,২৫,৩৪৩ জনলৈ বৃদ্ধি হৈছে। ভাৰতত বৰ্তমান সক্ৰিয় ঘটনা ১,২২,৩৩৫ লৈ বৃদ্ধি ।পুনৰুদ্ধাৰৰ হাৰ ৯৮.৫১ শতাংশ আৰু দৈনিক ইতিবাচকতাৰ হাৰ আছিল ৪.৯৬ শতাংশ।