ভাৰতত ১৬,০৫১ জন লোক কৰ’নাত নতুনকৈ আক্ৰান্ত

pc mayo clinic

ভাৰতত ১৬,০৫১ জন লোক কৰ’নাত নতুনকৈ আক্ৰান্ত

ৰঙিলী বাৰ্ত্তাসেৱা-  স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ১৬,০৫১ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে।আৰু  নতুনকৈ ২০৬ জন লোকৰ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে। ভাৰতত দৈনিক পজিটিভৰ হাৰ ১.৬৯% ৰ পৰা ১.৯৩% লৈ বৃদ্ধি হৈছে ।আনহাতে সক্ৰিয় ঘটনাৰ সংখ্যা ২,০২,১৩১ লৈ হ্ৰাস পাইছে।