ভাৰতত ১০,২২৯ টা নতুন কোভিড-১৯ৰ ঘটনা

pc- Live science

ভাৰতত ১০,২২৯ টা নতুন কোভিড-১৯ৰ ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতত নতুনকৈ ১০,২২৯ জনলোক কৰʼনাত সংক্ৰমিত হৈছে। দেশখনত ১১,২৭১ টা ঘটনা আৰু ২৮৫ টা মৃত্যু হোৱাৰ  পাছত ইমান জন লোক নতুনকৈ সংক্ৰমিত হৈছে। ভাৰতত বৰ্তমান ১,৩৪,০৯৬টা সক্ৰিয় ঘটনা আছে। আনহাতে ভাৰতত দৈনিক পজিটিভ হাৰ ১.১২%।ভাৰতত কৰʼনাৰ ফলত এতিয়ালৈ ৪,৬৩,৬৫৫ জন লোকৰ মৃত্যু হৈছে।