ভাৰতত নিজৰ জাল বিয়পাবলৈ চেষ্টা কৰি আছে ইছলামিক ষ্টেটেঃ এন.আই.এ.

pc The Economic Times

ভাৰতত নিজৰ জাল বিয়পাবলৈ চেষ্টা কৰি আছে ইছলামিক ষ্টেটেঃ এন.আই.এ.

অনলাইন বাৰ্ত্তাসেৱা – ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ (এনআইএ) মুখপাত্ৰ এজনে কয় যে ইছলামিক ষ্টেটে (আইএছ) নিৰন্তৰ অনলাইন প্ৰচাৰৰ জৰিয়তে ভাৰতত নিজৰ জাল বিয়পাবলৈ চেষ্টা কৰি আছে। সংস্থাটোৱে এয়াকো প্ৰকাশ কৰে যে ই এতিয়ালৈকে আইএছৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত সন্ত্ৰাসবাদী আক্ৰমণ আৰু ষড়যন্ত্ৰৰ ৩৭ টা গোচৰত ১৬৮ জন লোকক গ্ৰেপ্তাৰ কৰিছে। “ফেচবুক, টুইটাৰ আৰু ইনষ্টাগ্ৰামৰ জৰিয়তে হোজা যুৱক-যুৱতীসকলক লক্ষ্য কৰি লোৱা হৈছে,” মুখপাত্ৰজনে লগতে কয়।

(UD.)