ভাৰতত নতুন কোভিড-১৯ ঘটনা ৯,১১৯টা

Pc BBC

ভাৰতত নতুন কোভিড-১৯ ঘটনা ৯,১১৯টা

ৰঙিলী বাৰ্ত্তাসেৱা-  কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে  জনোৱা অনুসৰি ভাৰতত নতুনকৈ ৯,১১৯ জন লোক কৰ’নত সংক্ৰমিত হৈছে। আৰু যোৱা ২৪ঘন্টাত ৩৯৬ জনৰ মৃত্যু হৈছে।ভাৰতত এতিয়ালৈ ৩,৪৫,৪৪,৮৮২জন লোক কৰ’নাত সংক্ৰমিত হৈছে। আনহাতে ভাৰতত মুঠ ৪,৬৬,৯৮০ জন লোকৰ মৃত্যু হৈছে।ভাৰতত বৰ্তমান ১,০৯,৯৪০টা সক্ৰিয় ঘটনা আছে।