ভাৰতত নতুনকৈ ২,২২৬ জন লোক কৰ’নাত আক্ৰান্ত  

pc National Institutes of Health COVID-19 Research

ভাৰতত নতুনকৈ ২,২২৬ জন লোক কৰ’নাত আক্ৰান্ত  

ৰঙিলী বাৰ্ত্তাসেৱা-   স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ২,২২৬ জনলোক কৰ’নাত নতুনকৈ আক্ৰান্ত হৈছে। আৰু যোৱা ২৪ ঘণ্টাত কৰ’নাত আক্ৰান্ত হৈ ৬৫ জন লোকৰ মৃত্যু হৈছে । যোৱা ২৪ ঘণ্টাত ২,২০২ জনলোক কৰ’না সংক্ৰমণৰ পৰা সুস্থ হৈ উঠিছে। আনহাতে কৰ’নাত আক্ৰান্ত হৈ ভাৰতত  মৃত্যু হোৱা  মুঠ লোকৰ সংখ্যা ৫,২৪,৪১৩ জনলৈ বৃদ্ধি হৈছে।ভাৰতত বৰ্তমান  ১৪,৯৫৫ টা সক্ৰিয় ঘটনা আছে।