ভাৰতত নতুনকৈ ১৬,৯৩৫ জন লোক কৰ’নাত আক্ৰান্ত

pc- News-Medical.net

ভাৰতত নতুনকৈ ১৬,৯৩৫ জন লোক কৰ’নাত আক্ৰান্ত

ৰঙিলী বাৰ্ত্তাসেৱা-  স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ১৬,৯৩৫জন লোক কৰ’নাত আক্ৰান্ত হৈছে। আৰু ৫১ জন লোকৰ নতুনকৈ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে। শেহতীয়া তথ্য অনুসৰি ভাৰতত বৰ্তমান ১,৪৪,২৬৪ টা সক্ৰিয় ঘটনা আছে।