ভাৰতত নতুনকৈ ১,২৪৭ জন লোক কৰ’ণাত আক্ৰান্ত

pc schaeffler

ভাৰতত নতুনকৈ ১,২৪৭ জন লোক কৰ’ণাত আক্ৰান্ত

ৰঙিলী বাৰ্ত্তাসেৱা-  কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে  কয় যে ভাৰতত যোৱা ২৪ ঘণ্টাত ১,২৪৭ জন লোক কৰ’ণাত আক্ৰান্ত হৈছে।আৰু যোৱা ২৪ ঘণ্টাত কৰ’ণাত আক্ৰান্ত হৈ এজন লোকৰ মৃত্য়ু হৈছে। ভাৰতত বৰ্তমান ১১,৮৬০ টা সক্ৰিয় ঘটনা আছে। আনহাতে কৰ’ণাত আক্ৰান্ত হৈ ভাৰতত মুঠ ৫,২১,৯৬৬ জন লোকৰ মৃত্য়ু হৈছে।